ৰাভা ভাষা কেনেকৈ শিকিব ? মানৱ দেহৰ অংগ -প্ৰত্যংগক ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজী লৈ অনুবাদ ।

Rabha =Assamese =English. কান- কায় ( Kan-kay ) = অংগ প্ৰত্যংগ = Organs of The body. কায় ( Kay ) = মানুহ = Man. মাৰাপ ( Marap ) = মানৱ প্ৰজাতি = Human being . কান { kan } = শৰীৰ = Body . তিকাম { Tikam } = মূৰ = head. কাপাল{ Kapal } = কপাল = Forehead. কুমফাক { Kumfak } = নাক = Nose . নেকেন { Neken } = চকু = Eye . নুকদাম { Nukdam } = চকুৰ ভ্ৰু = Eye brow. খৰোক { Khorok } = চুলি = Hair . তি'কাম খং { Tikam khong } = মূৰৰ লাওখোলা = Skull. খত্ৰং {Khotrong} = মগজ = Brain . তালা { Tala } = তালু = Crown of the head. ফায়দাম { Faydam } = গাল = Cheek . নুখাং { Nukhang } = মুখমণ্ডল = Face . খুচাৰ { Khuchar } = ...