ৰং আৰু প্ৰকৃতিৰ কিছুমান বস্তুৰ নাম ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ ।

Rabha - Assamese - English ৰং- Colour. গাপ { Gap } = ৰং = Colour. বক্কায় { Bokkay } = বগা = White . চাক্কায় { Sakkay } = ৰঙা = Red . আক্কায় { Akkay } = ক'লা = Black. খেনচ্ৰেংকায় { Khensrengkay } = সেউজীয়া = Green. ৰাংচেৰ { Rangcher } = নীলা = Blue. ভায়কায় { Bhaykay } = হালধীয়া = Yellow. আকছখো { Aksokho } = কজলা = Bluish black. বান্থো { Bantho } = বেঙুনীয়া = Purple. কমলা { Komola } = সুমথিৰা = Orange colour. ফাক্ৰা { Fakra } = পখৰা = Variegated colour. চাকপ্লেক { Sakplek } = গোলাপী =...