সম্বোধন আৰু সম্বোন্ধবাচক শব্দবোৰ আৰু নিচাজাতীয় বস্তুৰ নামবোৰ ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ ।

HrRabha-Assamese-English সম্বোধন --Irjtiir জিকছায় { Jiksay } = দম্পত্তী = couple/ Husband-wife. উম্বা { Umba } = স্বামী/ গিৰিয়েক = Husband. মিচিক { Michik } = স্ত্ৰী /ঘৈনীয়েক = Wife. গাবুৰ { Gabur } = ডেকা = Young boy. দৰায় { Doray } = গাভৰু = young girl, Damsel. মেছা ছাব্ৰা { Mesa sabra } = ছোৱালী = girl. মুছা ছাব্ৰা { Musa sabra } = ল'ৰা = Boy. কায়পিৰি { Kaypiri } = কেঁচুৱা = Baby. মেছাতাং = স্ত্ৰী জাতি = Female. মুছাতাং = পূৰুষ জাতি = Male. লাৰা / বান্দ্ৰা { Lara/Bandra } = বৰলা = Widower. লাৰী / বান্দ্ৰী { Lari/Bandri } = বিধৱা = Widow. চুংবা মুছা { Chungba Musa }...