how to learn Rabha language ?? ৰাভা ভাষা কেনেকৈ শিকিব ?? Here are some words Translation from Rabha language to Assamese and English. কিছুমান শব্দৰ, ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজী লৈ অনুবাদ ।

Rabha=Assamese=English অমাতা(Omata) = জীৱ জন্তু = Animals. মাছু ( Masu) = গৰু = cow,bull. গায় মাছু( Gay masu) = গাই গৰু = cow . হালোৱা মাছু( Halowa masu) = হালুৱা গৰু = bull. মিছি(Misi) = ম'হ = Buffalo. কি (Ki) = কুকুৰ = Dog. মিংকু( Mingku) = মেকুৰী = Cat. গোৰায় (Goray)= ঘোঁৰা = Horse. প্ৰু'ন(Prun) = ছাগলী = Goat. প্ৰু'ন ভেলা (Prun Vela) = ভেঁড়া ছাগলী = Sheep. হুতি (Huti) = হাতী = Elephant. লক্ৰা (Lokra) = বাঘ = Tiger. মাছা (Masa) = সিংহ = Lion. মাদা (Masa) = ভালুক = Bear. মাক্ৰা (Makra) = বান্দৰ = Monkey. কেৰ্কেউতা(kerkeuta) = কেৰ্কেটুৱা = Squirrel. নেউৱাল (Neuwal) = নেউল = Mongoose. গাধা (Gadha) =...