দৈনন্দিন ব্যৱহাৰ্য কিছুমান শব্দৰ ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ ।

Rabha-Assamese-English ৰুচকৰ { Ruskor } = প্ৰসাৱ,মূত্ৰ = urine. জি { Ji } = বিষ্ঠা, গু = Stool. লেবাৰতাং { Lebartang } = বাওঁ হাত = Left hand. মায়ছালাং { Maysalang } = সোঁহাত = Right hand. কাচ্ছি { Kacchi } = থু = Split. নুকচি { Nukchi } = চকুলো = Tear. চাৰি { Sari } = শ্বাস -প্ৰশ্বাস = Breath. গাৰাক { Garak } = খেকাৰ = Expectoration , phlegm. ছি { Si }= তেজ = Blood. গু'মাৰ { Gimar } = ঘাম = Perspiration. গাবা { Gaba } = বীৰ্য = Sperm. গি'ৰবি { Girbi } = গৰ্ভ = Womb. খুৰাং { Khurang } = মাত = Voice. বোমা { Boma } = কোলা ...