কামৰ সা-সঁজুলি, বাচন- বৰ্তন আৰু খাদ্য সম্ভাৰৰ নাম ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ।

Rabha - Assamese - English কামৰ সা- সঁজুলি পাকজাছিনি { Pakjasini } = সা- সঁজুলি = equipment. লাংগন { Langgon } = নাঙল = Plough. ফাল { Phal } = ফাল = Plough share. জিংগল { Jinggol } = যুঁৱলি = Yoke. ময় { Moy } = মৈ = Harrow. কোদাল { Kodal } = কোৰ = Hoe. বাকেং { Bakeng } = কুঠাৰ = Axe. কাংকা { kangka } = দা = A large knife. তৰাল { Total } = তৰোৱাল = Sword. কাট্ৰায় { Katray } = কটাৰী = Knife. কাচ্চি { kachchi } = কাচি = Sickle. দাংকুৰা { dangkura } = মৈ টকা = An agriculture equipment. ইছ { Is } = নাঙলৰ...