ঘৰৰ অংশৰ নাম আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ নাম ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ ।

Rabha - Assamese - English গাঁও আৰু ঘৰৰ অংশ ছোং { Song } = গাঁও = Village. নোক { Nok } = ঘৰ = Home, House. হামপ্ৰেং নোক { Hampreng Nok } = খেৰী ঘৰ = Hut. নোক চুংকায় { Nok Chungkay } = বৰ ঘৰ = Big house. দিহুৰি নোক { Dihuri Nok } = চ'ৰা ঘৰ = Drawing room. গুলি { Guli } = গোহালি = Cowshed. নোফাক { Nofak } = ঘৰৰ খুটা = Piller of house. বাখোপ { Bakhop } = কামি = A long narrow piece of split Bamboo. নোখ্ৰাং { Nokhrang } = ঘৰৰ চাল = Roof. নোক মুন্ধা { Nok munda } = ঘৰৰ মুধচ = Roof top. হামপ্ৰেং { Hampreng } = খেৰ = Straw. নায়ৰাম { Nayram } = খিৰিকী = Window. নকো { Noko } = দুৱাৰ = ...