সময়, দিন আৰু ৰাশি বোৰ ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ ।

Rabha-Assamese-English ছান { San } = দিন = Day. ফাৰ ( phar } = ৰাতি = Night. ফুং { Phung } = ৰাতিপুৱা = Morning. ৰাংছি { Rangsi } = সন্ধিয়া = Evening. দিপৰ { Dipor } = দুপৰীয়া = Noon. ফাৰ ফোৰ ফোৰ { Phar phor phor } = ব্ৰহ্মপুৱা = Early morning. ফাৰ মাজাৰ { Phar majar } = মাজৰাতি = Mid night. কাৰাল { Karal } = তাৰিখ = Date. ছানথাৰ { Santhar } = তিথি ,দিৱস = Festival day. ছানপাক { Sanpak } = বাৰ = Day . ছান্দাছিন / হাতপাকছা { Sandasin / Hatpaksa } = সপ্তাহ = Week. বুত্ৰি / বিতাৰ { Butri / Bitar } = বতৰ , ঋতু = Season. লাংগ্ৰে থং / পাতাং { Langre thong / Patang } ...