Posts

Showing posts with the label সময় আৰু দিন

সময়, দিন আৰু ৰাশি বোৰ ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ ।

Image
Rabha-Assamese-English ছান   { San }  =  দিন  =  Day. ফাৰ   ( phar } =  ৰাতি  =  Night. ফুং  { Phung }   =  ৰাতিপুৱা  =  Morning. ৰাংছি { Rangsi }   =  সন্ধিয়া  =  Evening. দিপৰ { Dipor }   =  দুপৰীয়া  =  Noon. ফাৰ ফোৰ ফোৰ { Phar phor phor }   =  ব্ৰহ্মপুৱা  =  Early morning. ফাৰ মাজাৰ { Phar majar }   =  মাজৰাতি  =  Mid night. কাৰাল { Karal }   =   তাৰিখ  =  Date. ছানথাৰ { Santhar }   =  তিথি ,দিৱস  =   Festival day. ছানপাক { Sanpak }   =  বাৰ  =  Day  . ছান্দাছিন / হাতপাকছা { Sandasin / Hatpaksa }  =  সপ্তাহ   =   Week. বুত্ৰি / বিতাৰ { Butri / Bitar }   =  বতৰ , ঋতু  =   Season. লাংগ্ৰে থং / পাতাং  { Langre thong / Patang }   ...