সময়, দিন আৰু ৰাশি বোৰ ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজীলৈ অনুবাদ ।
Rabha-Assamese-English
ছান { San } = দিন = Day.
ফাৰ ( phar } = ৰাতি = Night.
ফুং { Phung } = ৰাতিপুৱা = Morning.
ৰাংছি { Rangsi } = সন্ধিয়া = Evening.
দিপৰ { Dipor } = দুপৰীয়া = Noon.
ফাৰ ফোৰ ফোৰ { Phar phor phor } = ব্ৰহ্মপুৱা = Early morning.
ফাৰ মাজাৰ { Phar majar } = মাজৰাতি = Mid night.
কাৰাল { Karal } = তাৰিখ = Date.
ছানথাৰ { Santhar } = তিথি ,দিৱস = Festival day.
ছানপাক { Sanpak } = বাৰ = Day .
ছান্দাছিন / হাতপাকছা { Sandasin / Hatpaksa } = সপ্তাহ = Week.
বুত্ৰি / বিতাৰ { Butri / Bitar } = বতৰ , ঋতু = Season.
লাংগ্ৰে থং / পাতাং { Langre thong / Patang } = পক্ষ = Fort night.
লাংগ্ৰে / মাছ { Langgre / Mas } = মাহ = Month.
বি'ছাৰ { Bisar } = বছৰ = Year.
যুক { Juk } = যুগ = Era
জোৱা / ছময় { Jowa/ somoy } = সময় = Time.
ছু'ৰতি { Surti } = মূহুৰ্ত = Moment.
হান্দাৰ ছিপ্ৰিম { Handar siprim } = মুনিচুনি বেলিকা = Dusk, Twilight of the evening.
পুৰং { Purong } = আজীৱন = Life long .
ৰাভা সাত বাৰৰ নাম-
বায়ছান { Baysan } = ৰবিবাৰ = Sunday.
ছাগ্ৰিছান { Sagrisan } = সোমবাৰ = Monday.
চি'কছিছান { Siksisan } = মঙলবাৰ = Tuesday.
ফুফাকছান { Phuphaksan } = বুধবাৰ = Wednesday.
ছি'তিছান { Sitisan } = বৃহস্পতিবাৰ = Thursday.
খি'ছান্তিছান { Khisantisan } = শুক্ৰবাৰ = Friday.
খি'ৰাওছান { Khiraosan } = শনিবাৰ = Saturday.
নায়পাতাং / পিৰিত্ৰাও { Naypatang / Piritrao } = শুক্লপক্ষ = The Bright half of a lunar month.
হান্দাৰপাতাং / মৌৰাংছি { Handarpatang / Mourangsi } = কৃষ্ণপক্ষ = The dark half of a lunar month.
প্ৰছা / প্ৰমুখাং { Prosa / promukhang } = প্ৰতিপদ = The first lunar day.
প্ৰনিং / প্ৰপিৰি { Proning / propiri } = দ্বিতীয়া = the second lunar day.
প্ৰথাম / প্ৰছোংধাং { Protham / prosongdang } = তৃতীয়া = the third lunar day.
প্ৰআৰি / প্ৰত্ৰাওফা { Proari / Protraopha } = চুতুৰ্থী = the fourth lunar day .
প্ৰচাম্পা / প্ৰখি'ছাম { Prochampa / prokhisam } = পঞ্চমী = the fifth lunar day.
প্ৰহেছ / প্ৰমু'খাৰছি { Prohes / Promukharsi } = ষষ্ঠী = The sixth lunar day.
প্ৰছৰতা / প্ৰছোংকালুক { Prosorta / Prosongkaluk } = সপ্তমী = The seventh lunar day.
প্ৰপাৰতা / প্ৰকালুকপ্ৰাং { Proparta / Prokalukprang } = অষ্টমী = The eighth lunar day.
প্ৰপিন্দাছ/ প্ৰফাৰথং. { Propindas / Propharothong } = নৱমী = The ninth lunar day.
প্ৰগদা /প্ৰফেছেকফা { Progoda / Prophesekpha } = দশমী = The tenth lunar day.
প্ৰগদাছা / প্ৰফেছেকছ্ৰাং { Progodasa / Propheseksrang } = একাদশী = The eleventh lunar day.
প্ৰগদানিং / প্ৰফাৰপ্ৰাং { Progodaning / Propharprang } = দ্বাদশী = twelvth lunar day .
প্ৰগদাথাম /প্ৰফুং { Progodatham / Prophung } = ত্ৰয়োদশী = The thirteenth lunar day.
প্ৰগদাৰি / প্ৰফুংপ্ৰাং. { Progodari / prophungprang } = চতুৰ্দশী = The fourteenth lunar day.
ছি' ৰাতা / গি'তি { sirata / Giti } = অমাৱস্যা = The night of new moon.
নায়-ৰাতা / পুৰমায় { Nayrata/ Purmay } = পূৰ্ণিমা = The night of full moon.
ৰাভা বাৰ মাহৰ নাম-
চংছিৰি { chongsiri } = ব'হাগ মাহ ।
চাকপ্ৰাং { Sakprang } = জেঠ মাহ ।
থেপ্ৰাং { Theprang } = আহাৰ মাহ ।
তুংফা { Tungpha } = শাওণ মাহ ।
ফাচিক্ৰাং { Phachikrang } = ভাদ মাহ ।
গ্ৰি'মবুদা { Grimbuda } = আহিন মাহ ।
কাঙাল { Kangal } = কাতি মাহ ।
তুংদি'ক { Tungdik } = আঘোণ মাহ ।
চি'কফা { chikpha } = পুহ মাহ ।
তিংতি কাকবা { Tingti kakba } = মাঘ মাহ ।
জোৰছি { Jorsi } = ফাগুন মাহ ।
চেৰখাং { Cherkhang } = চ'ত মাহ ।
ছয় ঋতু-
গি'মাৰ বুত্ৰি { Gimar Butri } = গ্ৰীষ্ম কাল = Summer.
ফাচি বুত্ৰি { Phachi butri } = বৰ্ষা কাল = Rainy season.
খি'ছান বুত্ৰি { Khisan Butri } = শৰত কাল = Autumn.
প্ৰামচি বুত্ৰি { Pramchi Butri } = হেমন্ত কাল = Season before winter.
ছিখাম বুত্ৰি { Sikham Butri } = শীত কাল = winter.
পিদান বুত্ৰি { Pidan Butri } = বসন্ত কাল = Spring .
ৰাশিচক্ৰ - Zodiac
থাতমুক { Thatmuk } = ৰাশি = Zodiac.
মেন্দা থাতমুক { Menda Thatmuk } = মেঘ ৰাশি = Aries.
বাজন থাতমুক { Bajon thatmuk } = বৃষ ৰাশি = Taurus.
জোৰপাক থাতমুক { Jorpak thatmuk } = মিথুন ৰাশি = Gemini.
খেনজু থাতমুক { Khenju thatmuk } = কৰ্কট ৰাশি = Cancer.
গোবাংগা থাতমুক { Gobangga thatmuk } = সিংহ ৰাশি = Leo.
জিতুৰি থাতমুক { Jituri thatmuk } = কন্যা ৰাশি = Virgo.
তন থাতমুক { Ton thatmuk } = তুলা ৰাশি = Libra.
বিছিজু থাতমুক { Bisiju thatmuk } = বৃশ্চিক ৰাশি = Scorpio.
ফেক থাতমুক { Phek thatmuk } = ধনু ৰাশি = Saggitlarius.
নাগি'নাল থাতমুক { Naginal thatmuk } = মকৰ ৰাশি = Capricorn.
কুম্বায় থাতমুক { Kumbay thatmuk } = কুম্ভ ৰাশি = Auqarius.
নাজু থাতমুক { Naju thatmuk } = মীন ৰাশি = Pisces.