গছ-গছনি, ফল-ফুল আৰু শাক-পাচলিৰ নাম ৰাভা ভাষাৰ পৰা অসমীয়া আৰু ইংৰাজী লৈ অনুবাদ । Tree's, flower's fruit's and vegetables name translation from Rabha language to Assamese and English.

Rabha=Assamese=English ফাং = ডাল = ........ ফাংছা = একডাল = ........ ফাঙানিং = দুইডাল = ........ ফাঙাথাম = তিনিডাল =......... পান { Pan } = গছ = Tree. চেত্ৰেং { Chetreng } = শিপা = Root. ফাংগানজি { Phangganzi } = গা-গছ = Stem. ডালায় { Dalay } = ঠানি = Branch of tree. চাক { Chak } = পাত = leaf. পাৰ { Par } = ফুল = Flower. ছক { Sok } = কলি = Bud. থে { The. थे } = ফল = Fruit. কেন { Ken } = গুটি = Seed. পানখৰথোপ { Pankhorthop } = গছৰ ছাল = Bark. পানচাতাৰ { Panchatar } = গছৰ মূৰা = Trunk. দু'মবায় { Dumbay } = নৱকলি =...